১৭ মাৰ্চ
অৱয়ব
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ৩১ | |||||
২০২৫ |
১৭ মাৰ্চ (ইংৰাজী: 17 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৭৬তম (অধিবৰ্ষত ৭৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৯টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]জন্ম
[সম্পাদনা কৰক]- ১৯০৯ - ৰামচন্দ্ৰ নাৰায়ণ দণ্ডেকাৰ, ভাৰতীয় শিক্ষাবিদ।
- ১৯৩২ - নিৰুপমা বৰগোহাঞি, অসমীয়া সাহিত্যিক।
- ১৯৬২ - কল্পনা চাওলা, ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী।
- ১৯৭৫ - পুনিত ৰাজকুমাৰ, ভাৰতীয় অভিনেতা।
- ১৯৯০ - ছাইনা নেহৱাল, ভাৰতীয় বেডমিণ্টন খেলুৱৈ।
মৃত্যু
[সম্পাদনা কৰক]- ১৮৬০ - বালকদাস, ভাৰতীয় সমাজ সংস্কাৰক।
- ২০০৭ - বনিলী খ’ঙমেন, ভাৰতীয় ৰাজনীতিবিদ।
- ২০১৯ - মনোহৰ পাৰিকৰ, ভাৰতীয় ৰাজনীতিবিদ।
দিৱস
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ১৭ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|