অৱধী ৱিকিপিডিয়া
অৱয়ব
Screenshot | |
Type of site |
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
---|---|
Available in | অৱধী ভাষা |
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
URL | awa.wikipedia.org |
Commercial | নহয় |
Registration | বৈকল্পিক |
অৱধী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ অৱধী ভাষাৰ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২,৪৮৩ টা প্ৰবন্ধ আছে।[1] ডিচেম্বৰ, ২০২৪ পৰ্যন্ত অৱধী সংস্কৰণত ১৯ জন সক্ৰিয় অৱদানকাৰী আৰু ১ জন প্ৰশাসককে ধৰি ৩,৭১০ জন অৱদানকাৰী আছে। অৱধী ভাষা হ'ল উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশৰ অৱধ অঞ্চল আৰু পশ্চিম নেপালৰ তেৰাই অঞ্চলত প্ৰচলিত ভাৰত-আৰ্য ভাষা।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Wikistats - Statistics For Wikimedia Projects". stats.wikimedia.org. https://stats.wikimedia.org/#/awa.wikipedia.org। আহৰণ কৰা হৈছে: 2023-06-22.
|