সমললৈ যাওক

আদালত (ধাৰাবাহিক)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আদালত
শৈলী কৰ্টৰুম ড্ৰামা
লিখক আৰ্চাদ ছায়েদ, ডি.জে.
পৰিচালক ৰাজেন ৱাঘধাৰে, ৰাজেশ ৰানশিংগ
দেশ ভাৰত
ভাষা হিন্দী
চিজনৰ সংখ্যা
প্ৰযোজনা
দৈৰ্ঘ্য ৬০ মিনিট
ষ্টুডিঅ’ Contiloe Entertainment
সম্প্ৰচাৰ
মূল ছেনেল চ'নী টিভি
প্ৰদৰ্শনৰ সময় ২০ নবেম্বৰ ২০১১ – বৰ্তমান

আদালত হ'ল দূৰদৰ্শন চ'নী নাট্য ছেৰিজ। কে.ডি. পাঠক নামৰ এজন অধিবক্তাই পদকীয়া অধিবক্তা হিচাপে কাম কৰে; আৰু তেওঁ লোৱা গোচৰসমূহত পৰাজয় হোৱা নহয়। কে.ডি.পাঠকে আদালতৰ জৰিয়তে কেৱল সত্য প্ৰতিষ্ঠা কৰে। তেওঁ কেতিয়াও দোষী মানুহৰ গোচৰ নলয়। চ'নী টিভিত আদালত সপ্তাহত দুদিনকৈ শনিবাৰ আৰু দেওবাৰে সন্ধা আঠ বজাত সম্প্ৰচাৰ হয়।

অভিনয়ত

[সম্পাদনা কৰক]
  • কে.ডি. পাঠকৰ চৰিত্ৰত ৰণিত ৰয়
  • বৰুণৰ চৰিত্ৰত ৰমিত ৰাজ

তথ্য সূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]