ধেমাজি মহাবিদ্যালয়
ধেমাজি মহাবিদ্যালয় | |
---|---|
ধেমাজি কলেজ | |
লেটিন: collegium Dhemaji | |
স্থাপিত | ১ আগষ্ট ১৯৬৫ |
ধৰণ | ৰাজহুৱা |
মূল প্ৰতিষ্ঠান | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
সভাপতি | খগেন বৰগোহাই |
অধীক্ষক | কুমুদ বৰগোহাঁই (ছাত্ৰাবাস), দীপালী নেওগ (ছাত্ৰীনিবাস),শৈলেন বৰকাকতী (ছাত্ৰীনিবাস) |
উপাচাৰ্য | ড৹ দি.কে. চক্ৰৱতী, (বিভাগীয় প্ৰমুখ, অৰ্থনীতি বিভাগ),ডিব্ৰুগড় বিশ্ববিদ্যালয় (মনোনীত) , ড৹ পুষ্প গগৈ,(প্ৰাক্তন বিভাগীয় প্ৰমুখ, উদ্ভিদ বিজ্ঞান বিভাগ) (মনোনীত) |
অধ্যক্ষ | ড° দীপক কুমাৰ নেওগ |
শৈক্ষিক কাৰ্যবাহী বিষয়া | ড° অন্নজ্যোতি গগৈ (বিভাগীয় প্ৰমুখ, উদ্ভিদ বিজ্ঞান বিভাগ) |
স্থান | ধেমাজি নগৰ, অসম |
চৌহদ | ধেমাজি মহাবিদ্যালয়, শিশু শিক্ষা আৰু বৃত্তি বিকাশ কেন্দ্ৰ (CECDC), স্বচলিত বতৰ তথ্য কেন্দ্ৰ (Automatic weather information centre ) |
ৱেবছাইট | https://www.dhemajicollege.in/ |
ধেমাজি মহাবিদ্যালয় (ইংৰাজী: Dhemaji College) ধেমাজি জিলাৰ আটাইতকৈ পুৰণি মহাবিদ্যালয়।
ইতিহাস
[সম্পাদনা কৰক]১৯৬৫ চনৰ ১ আগষ্ট তাৰিখে ধেমাজি মহাবিদ্যালয় স্থাপন কৰা হৈছিল।
স্বীকৃতি
[সম্পাদনা কৰক]২০১০ চনত ভাৰতৰ বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) ৰ দ্বাৰা Centre with Potential Excellence (CPE) হিচাপে সন্মানিত কৰা হৈছিল।
বিভাগ আৰু কেন্দ্ৰসমূহ
[সম্পাদনা কৰক]শৈক্ষিক বিভাগ
[সম্পাদনা কৰক]- অসমীয়া বিভাগ
- অৰ্থনীতি বিভাগ
- শিক্ষাতত্ত্ব বিভাগ
- ইংৰাজী বিভাগ
- বুৰঞ্জী বিভাগ
- ৰাজনীতি-বিজ্ঞান বিভাগ
- সমাজতত্ত্ব বিভাগ
- ৰসায়ন-বিজ্ঞান বিভাগ
- উদ্ভিদবিজ্ঞান বিভাগ
- প্ৰাণীবিজ্ঞান বিভাগ
- গণিত বিভাগ
- বিদ্যুৎ বিভাগ
- পদাৰ্থ-বিজ্ঞান বিভাগ
- কম্পিউটাৰ বিজ্ঞান
- দৰ্শন বিভাগ
কেন্দ্ৰ
[সম্পাদনা কৰক]- শিশু শিক্ষা আৰু বৃত্তি বিকাশ কেন্দ্ৰ (CECDC)
- স্বচলিত বতৰ তথ্য কেন্দ্ৰ (Automatic weather information centre )
পাঠ্যক্ৰম
[সম্পাদনা কৰক]মহাবিদ্যালয় খনত বৰ্তমান উপলব্ধ পাঠ্যক্ৰম সমূহ:--
- উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান শাখা)
- স্নাতক ডিগ্ৰী (কলা আৰু বিজ্ঞান শাখা)
- কম্পিউটাৰ বিজ্ঞান ডিগ্ৰী (Bachelor of Computer Application) (অনাগত)
- স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম
- উদ্ভিদ কলা-কৰ্ষণ
স্নাতকোত্তৰ ডিপ্লমা
- দুৰ্যোগ ব্যৱস্থাপনা স্নাতকোত্তৰ ডিপ্লমা
- স্নাতক ডিপ্লমা
- প্ৰমাণপত্ৰ
- কম্পিউটাৰ এপ্লিকেচন.
- মানৱ অধিকাৰ,
- ভ্ৰমণ আৰু পৰ্যটন পৰিচালনা,
- বন আৰু বন্যজীৱন পৰিচালনাৰ ওপৰত স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম ইত্যাদি..
মহাবিদ্যালয়খনে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ভিন্ন পাঠ্যক্ৰম সমূহ প্ৰদান কৰে।
ছাত্ৰাবাস আৰু ছাত্ৰীনিবাস
[সম্পাদনা কৰক]ধেমাজি মহাবিদ্যালয় ছাত্ৰাবাস
[সম্পাদনা কৰক]- মুঠ আসন= ৫২
- অধীক্ষক= কুমুদ বৰগোহাঁই
ৰত্নদীপা ছাত্ৰীনিবাস
[সম্পাদনা কৰক]- মুঠ আসন= ৩০
মনিদিপা ছাত্ৰীনিবাস
[সম্পাদনা কৰক]- মুঠ আসন= ৩০
জ্ঞানদীপা ছাত্ৰীনিবাস
[সম্পাদনা কৰক]- মুঠ আসন= ৩৫
- অধীক্ষক= দীপালী নেওগ,শৈলেন বৰকাকতী
স্বচলিত বতৰ তথ্য কেন্দ্ৰ
[সম্পাদনা কৰক]মহাবিদ্যালয় খনত স্বচলিত বতৰ তথ্য কেন্দ্ৰ ( Automatic Weather Information Centre) আছে যি Indian Space Research Organisation (ISRO), Bangalore and Assam Science, Technology and Environment Council (ASTEC), Guwahati ৰ অন্তৰ্গত। তদুপৰি অন্য এটা Automatic Weather Information Centre মহাবিদ্যালয়ত আছে যি ASTEC আৰু Department of Science and Technology, অসম চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত।[1]