সমললৈ যাওক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

(খণ্ড ত) অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৮ নং আখৰ। 'ৎ'-ক ব্যঞ্জনান্ত বা হসন্ত বা হলন্ত বোলে। ব্যঞ্জনবৰ্ণ উচ্চাৰণ কৰোঁতে হাঁওফাঁওৰ পৰা বাহিৰ হোৱা বায়ু মুখত ক’ৰবাত নহয় ক’ৰবাত আঘাত হয়। [1]

'ৎ'যুক্ত শব্দৰ উদাহৰণ

[সম্পাদনা কৰক]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. xobdo.orgত ব্যঞ্জনবৰ্ণ অনুসন্ধান কৰোঁতে পোৱা।