আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়
অৱয়ব
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় | |
---|---|
স্থাপিত | ১৯৫৯ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | ড° সুৰজিত কুমাৰ ভাগৱতী |
স্থান | হয়বৰগাঁও, নগাঁও, অসম, ভাৰত |
ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
ৱেবছাইট | adpcollege |
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় (ইংৰাজী: Anandaram Dhekial Phookan College) হৈছে ১৯৫৯ চনত স্থাপিত অসমৰ নগাঁও জিলাৰ দক্ষিণ হয়বৰগাঁৱত অৱস্থিত এখন স্নাতক আৰু স্নাতকোত্ত ডিগ্ৰীৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1][2]
বিভাগ
[সম্পাদনা কৰক]কলা
[সম্পাদনা কৰক]- অসমীয়া
- আৰবী
- বঙালী
- শিক্ষা
- ইংৰাজী
- অৰ্থনীতি
- বুৰঞ্জী
- ৰাজনীতি
- দৰ্শন
বিজ্ঞান
[সম্পাদনা কৰক]- প্ৰাণী বিজ্ঞান
- উদ্ভিদ বিজ্ঞান
- ৰসায়ন বিদ্যা
- পদাৰ্থ বিজ্ঞান
- ভূগোল
- গণিত
- কম্পিউটাৰ বিজ্ঞান
- পৰিসংখ্যা
- হাৰ্বেল চায়েঞ্চ এণ্ড টেক্নলজি (Herbal Science & Technology)
বাণিজ্য
[সম্পাদনা কৰক]মান্যতা
[সম্পাদনা কৰক]- ২০১৬ চনত মহাবিদ্যালয়খনে CGPA 3.11 ৰ লগতে 'ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ' (National Assessment and Accreditation Council চমুকৈ NAAC) কৰ্তৃক ‘এ’ গ্ৰেড পাবলৈ সক্ষম হয়।[3] মহাবিদ্যালয়খন 'বিশ্ববিদ্যালয় মঞ্জুৰি কমিশন (ভাৰত)' -ৰ দ্বাৰাও স্বীকৃত।[4]
- আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়খনে ২০২০ চনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ৰ পৰা “ষ্টাৰ কলেজ” (Star college) শীৰ্ষক শিৰোনাম লাভ কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Affiliated Colleges". Guahati University. Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 9 July 2017.
- ↑ "Provincialised colleges affiliated to Guahati University". Directorate of Higher Education, Assam. Archived from the original on 6 July 2017. https://web.archive.org/web/20170706192913/http://www.dheassam.gov.in/gu-college-list.asp। আহৰণ কৰা হৈছে: 9 July 2017.
- ↑ "CCycle211936" (PDF). National Assessment & Accreditation Council. http://web5.kar.nic.in/naac_ec/ShowPdf.aspx?Field1=College&Field2=Anandaram+Dhekial+Phookan+College&Field3=Nagaon&Field4=AS&Field5=Cycle2&Field6=11936। আহৰণ কৰা হৈছে: 9 June 2017.[সংযোগবিহীন উৎস]
- ↑ "Colleges in Assam". University Grants Commission. Archived from the original on 28 September 2011. https://web.archive.org/web/20110928204615/http://www.ugc.ac.in/inside/browse_reco_colleges.php?st=Assam। আহৰণ কৰা হৈছে: 7 July 2017.